MediaWiki/as

From mediawiki.org

মেডিয়াৱিকি এখন সহযোগিতা আৰু ডকুমেন্টেচন প্লেটফর্ম যিটো আপোনালৈ এক স্পন্দনশীল সমুদায়ে আনিছে।

মেডিয়াৱিকি চফ্টটৱেআৰৰ হেজাৰমান ৱবচাইট আৰু হেজাৰমান কোম্পেনী আৰু সংগঠনে ব্যাবহাৰ কৰে। ই ৱিকিপেডিয়া আৰু এই ৱেবচাইটখনো চলায়। মেডিয়াৱিকি আপোনাক জ্ঞান সংগঠিত কৰি বেলেগৰ লগত বিতৰণ কৰিব দিয়ে। ই শক্তিশালী, বহুভাষী, মুক্ত আৰু খুলা, এক্চটেনচিবল, কাস্টোমাইজাবল, বিশ্বাসনীয়, আৰু বিনা-টকাৰ উপলব্ধ। জানক মেডিয়াৱিকি আপোনাৰ বাবে সঠিক হয়ে নে নহয়

মেডিয়াৱিকি চেট-আপ কৰি চলাওঁক

সাহায্য পাওঁক আৰু যোগদান কৰক

সংবাদ

2022-05-20
Release candidate MediaWiki 1.38.0-rc.1 pre-release is now ready for testing.
2022-04-20
Release candidate MediaWiki 1.38.0-rc.0 pre-release is now ready for testing.
2022-03-31
Security MediaWiki 1.35.6, 1.36.4 and 1.37.2 security releases are now available.
2022-05-20 to 2022-05-22
Maintenance update Wikimedia Hackathon 2022 (hybrid event)

আৰও সমাচাৰ F icon.svg Twitter logo blue.png