আদৰিছোঁ

ৱৰ্ডপ্ৰেছৰ আনুষ্ঠানিক (official) অসমীয়া স্থানীয়কৰণৰ তথ্য-পাতি, উন্নয়নবাৰ্তা (updates) বিনিময়ৰ বাবে এই চাইট।

ৱৰ্ডপ্ৰেছ হৈছে অতি জনপ্ৰিয় স্টেট-অৱ-দি-আৰ্ট ব্যক্তিগত প্ৰকাশন মঞ্চ আৰু কনটেন্ট মেনেজমেন্ট চিস্টেম (CMS)। সৌন্দৰ্য, ব্যৱহাৰযোগ্যতা আৰু সহজবোধ্যতাৰ ফালৰ পৰা ৱৰ্ডপ্ৰেছ হৈছে অনন্য আৰু অমূল্য।

অমূল্যতো হয়েই ই বিনামূলীয়াও! 🙂

ৱৰ্ডপ্ৰেছৰ অসমীয়া স্থানীয়কৰণ (অনুবাদ)ত আপুনিও অৰিহণা আগবঢ়াব পাৰে। ইয়াৰ জৰিয়তে ইণ্টাৰনেটৰ জগতত অসমীয়াৰ সবল স্থিতিত আপোনাৰ অৱদান উল্লেখনীয় হৈ ৰ’ব। অধিক জানিবলৈ ইয়াত ক্লিক কৰক।