চি এছ এছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
কাচকেডিং ষ্টাইল চীটচ্
CSS3 logo and wordmark.svg
Filename extension
.css
Internet media type
text/css
Uniform Type Identifier (UTI) public.css
Developed by World Wide Web Consortium (W3C)
Initial release ডিচেম্বৰ 17, 1996; 24 years ago (1996-12-17)
Latest release
CSS 2.1 : Level 2 Revision 1
(এপ্ৰিল 12, 2016; 5 years ago (2016-04-12))
Type of format ষ্টাইল চীটচ্ লেংগুৱেজ
Container for Style rules for HTML elements (tags)
Contained by এইচ টি এম এল ডকুমেণ্ট
Open format? হয়
Website www.w3.org/TR/CSS/#css

কাচকেডিং ষ্টাইল চীটচ্ (ইংৰাজী: Cascading Style Sheets) হৈছে এক ষ্টাইল চীটচ্ লেংগুৱেজ, যাক এইচ টি এম এলৰ দৰে মাৰ্কআপ লেংগুৱেজত লিখিত ডকুমেণ্টসমূহক কেনেধৰণে উপস্থাপন কৰিব সেইয়া বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়।[1] এইচ টি এম এল আৰু জাভাস্ক্ৰীপ্টৰ লগতে চিএছএছ হ’ল ৱৰ্ল্ড ৱাইড ৱেবৰ ভিত্তিক এক প্ৰযুক্তি।[2]

চি এছ এছক এনেধৰণে তৈয়াৰ কৰিছে, যাতে ৱেবৰ মূল বিষয়বস্তুৰ পৰা বিন্যাস, ৰং, ফণ্ট ইত্যাদি পৃথকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।[3] এই পৃথকৰণে ৱেব ডেভলপাৰক বহুতো সুবিধা প্ৰদান কৰি আহিছে। কাৰণ বহুতো ৱেবপেজৰ বিন্যাস, ৰং ইত্যাদি পৃথক .css ফাইলৰ দ্বাৰা নিৰ্ধাৰণ কৰিব পাৰি। ইয়ে জটিলতা কমাই দিয়ে আৰু একেটা বিষয়ক পুনৰাবৃত্তি কৰিবলগীয়া নহয়।

চি এছ এছ ব্যৱহাৰ কৰি একেখন মাৰ্কআপ পেজক বিভিন্ন ডিভাইচ আৰু ব্ৰাউজাৰত বিভিন্নভাৱে উপস্থাপন কৰিব পাৰি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "CSS developer guide". https://developer.mozilla.org/en-US/docs/Web/Guide/CSS. 
  2. Flanagan, David. JavaScript – The definitive guide (6 সম্পাদনা). পৃষ্ঠা. 1. "JavaScript is part of the triad of technologies that all Web developers must learn: HTML to specify the content of web pages, CSS to specify the presentation of web pages, and JavaScript to specify the behaviour of web pages." 
  3. "What is CSS?". World Wide Web Consortium. http://www.w3.org/standards/webdesign/htmlcss#whatcss.